top of page

শাখাৰ নাম ঃ 

সোৱণশিৰি

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ 

দক্ষিণ ‌তেলাহী

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ 

লীলাবাৰী

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ 

শিমলুগুৰি

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ 

পূৰ্বাঞ্চল

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ 

সূৰুযমুখী

শাখা সাহিত্য সভা

শাখাৰ নাম ঃ  সোৱণশিৰি শাখা সাহিত্য সভা

ঠিকনা  ঃ    চাউল ধোৱা ঘাট। ডাক-পথালিপাম। পিন-৭৮৭০৫৬, জিলা- লক্ষীমপুৰ, অসম

প্ৰতিস্থাৰ তাৰিখ ঃ ২৫-০৫-২০২৩       যোগাযোগ নম্বৰঃ ৯১০১১৬৭৫৩৮২       ই-মেইল ঃ      prasantasaikia909@gmail.com

সম্পাদকৰ নাম (প্ৰতিস্থা) ঃ ঠগিৰাম গগৈ                      সম্পাদকৰ নাম (প্ৰতিস্থা)ঃ ভূৱন চন্দ্ৰ বৰা

সভাপতিৰ নাম (বৰ্তমানৰ) ঃ     জীৱ কান্ত কলিতা              সম্পাদকৰ নাম(বৰ্তমানৰ)ঃ      প্ৰশান্ত শইকীয়া

অজীৱন সদস্যৰ সংখ্যাঃ    ৭৫

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ ১৯৮১ চনত অবিভক্ত লক্ষীমপুৰ জিলাৰ গোগামুখ চাউলধোৱা অঞ্চলৰ একমাত্ৰ সাহিত্য অনুৰাগী কেইজন মান ব্যক্তি ল আশাসুধীয়া প্ৰচেষ্টা ত গঢ় লৈ উঠা সাহিত্য সভা এক অনুষ্ঠান।ল ধোৱা ঘাট ৰ সমগ্ৰ

অতিৰিক্ত তথ্য (যদি থাকে) ঃ     ১৯৮৫ চনত প্ৰয়াত দিগন্ত ৰাজখোৱা দেৱৰ সভাপতি কাৰ্যকালত সেই সময়ৰ অসম সাহিত্য সভাৰ সম্পাদক পূৰ্ণানন্দ ৰাজবংশী উপস্থিতি ত এখনি অধিবেশন অনুস্থিত হয়। বৰ্তমানলৈ সোৱণশিৰি শাখা সাহিত্য সভাত প্ৰায় ১৪খন মান কবিতা পুথি উন্মোচীত হয়।

*******************************************

 

শাখাৰ নাম ঃ  দক্ষিণ ‌তেলাহী শাখা সাহিত্য সভা

ঠিকনা  ঃ    কুঁহিয়াৰ বাৰী, উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ

প্ৰতিস্থাৰ তাৰিখ  ঃ ২৯-০৩-১৯৯৯              যোগাযোগ নম্বৰঃ ৯১০১২৪১৪১৯    

সম্পাদকৰ নাম (প্ৰতিস্থা) ঃ অতুল দত্ত                   সম্পাদকৰ নাম (প্ৰতিস্থা)ঃ মাখন চন্দ্ৰ মূদৈ

সভাপতিৰ নাম (বৰ্তমানৰ) ঃ প্ৰফুল্ল শইকীয়া              সম্পাদকৰ নাম(বৰ্তমানৰ)ঃ জয়চন্দ্ৰ শইকীয়া

অজীৱন সদস্যৰ সংখ্যাঃ    ৩১

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ  এখন ৰাজহুৱা সভাৰ যোগেদি অতুল দত্ত দেৱক সভাপতি আৰু মাখন চন্দ্ৰ মূদৈ দেৱক সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন সমিতি গঠন কৰি "দক্ষিণ তেলাহী শাখা সাহিত্য সভা" নাম দি সেইসময়ৰ অসম সাহিত্য সভাৰ ৰাজ্যিক প্ৰতিনিধি নিৰণ কুমাৰ বৰা মহোদয়ৰ উপস্থিতিত শাখাটি গঠন কৰা হয়।

অতিৰিক্ত তথ্য (যদি থাকে) ঃ     জন্মৰ সময়ৰ পৰাই জিলা সাহিত্য সভাৰ লগত যোগসূত্ৰ ৰক্ষা কৰি বিভিন্ন অনুষ্ঠান উদযাপন কৰি অহা হৈছে। উল্লেখযোগ্য দুটি মান অনুষ্ঠান ১ ) জিলাৰ সংহতি দিৱস ক)২০০৪চনত খ)২০১৪ চনত সংহতি দিৱস ।২)২০১৬ চনত অসম সাহিত্য সভাৰ প্ৰাক শতবৰ্ষ, ৩)২০১৭ চনত অসম সাহিত্য সভাৰ শতবৰ্ষ উদযাপন। ইয়াৰোপৰি শাখাৰ আলোচনী বন্যা (২০০৪) , কবিতা পুথি ফেঁহুজালি(২০০৮) ,কুঁৱলী(২০১০) প্ৰকাশ কৰা হয়।

 

*******************************************

শাখাৰ নাম ঃ  লীলাবাৰী

ঠিকনা  ঃ    লীলাবাৰী, উজ্জলপুৰ, উত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ

প্ৰতিস্থাৰ তাৰিখ  ঃ    ১৯৯৩                                  যোগাযোগ নম্বৰঃ ৯৯৫৪৩৮২৫৮১, ৭০০২১৩০৬৬০ 

সম্পাদকৰ নাম (প্ৰতিস্থা) ঃ ধমেশ্বৰ গগৈ               সম্পাদকৰ নাম (প্ৰতিস্থা)ঃ সদানন্দ চেতিয়া

সভাপতিৰ নাম (বৰ্তমানৰ) ঃ নিকুঞ্জ দত্ত                সম্পাদকৰ নাম(বৰ্তমানৰ)ঃ বিতুপন শৰ্মা

অজীৱন সদস্যৰ সংখ্যাঃ    ৪৫

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ  লক্ষীমপুৰ জিলা সহিত্য সভাই বৃহত্তৰ লীলাবাৰী অঞ্চলত অসম সহিত্য সভাৰ এটি শাখা গঠনৰ মানসেৰে লীলাবাৰী অঞ্চলৰ অগ্ৰণী ব্যক্তি সকলৰ লগত যোগাযোগ কৰি এখন সাধাৰণ সভাৰ যুগেদি ১৯৯৩ চনত সহিত্য সংস্কৃতিৰ সেৱক ধমেশ্বৰ গগৈক সভাপতি আৰু সদানন্দ চেতিয়াক সমপাদক হিচাপে লৈ এখন সবল সমিতি গঠন কৰি শাখাটি গঠন কৰা হয়।

অতিৰিক্ত তথ্য (যদি থাকে) ঃ শাখাৰ জন্ম লগ্নৰ পৰাই বহু কৰ্ম কৰা হৈছে । ইয়াৰ উল্লেখযোগ্য কেইটামান হ’ল-

১) বিভিন্ন সময়ত অনুষ্ঠিত কৰা দিৱস সমূহ (ৰাভা দিৱস, শিল্পী দিৱস, স্মৃতি দিৱস) ২)শতবৰ্ষৰ অনুষ্ঠান ৩) জিলা সাহিত্য সভাৰ অধিবশ ৪) কাৰ্যনিবাহক সভা ইত্যাদি সফলতাৰে সম্পন্ন হৈছে।

বিশেষ অসুবিধা জনিত কাৰণত ২০০০ চনৰ পৰা প্ৰায় ২০১২ চনলৈ শাখাটো নিষ্ক্রিয় অৱস্থাত থাকে। পুণৰ লক্ষীমপুৰ জিলাৰ তেতিয়াৰ সম্পাদক বিপুল শৰ্মা বৰুৱাৰ নেতৃত্বত আৰু লীলাবাৰী অঞ্চলৰ অগ্রণী ব্যিক্ত সদানন্দ চুতিয়া, বিৰেন চন্দ্ৰ বৰদলৈ সঞ্জীৱ উপাধ্যায়, জিতেন শইকীয়া, পদ্ম শৰ্মা, সীমান্ত চুতিয়া আৰু প্ৰয়াত ৰেনু লাহন আদিৰ বিশেষ প্ৰচেষ্টাত সধাৰণ সভা অনুষ্ঠিত কৰি বীৰেন চন্দ্ৰ বৰদলৈক সভাপতি আৰু সঞ্জীৱ উপাধ্যয়ক সম্পাদক হিচাবে লৈ এখনি ২১ জনীয়া কমিটি গঠন কৰা হয়।

এই কমিটিয়ে বিশেষ তৎপৰতাৰে সাহিত্য সভাৰ অজীৱন সভ্য ভৰ্ত্তি, শতবৰ্শ আৰম্ভনি আৰু সামৰণি অনুষ্ঠান আদি বিভিন্ন দিৱস সফলতাৰে উদযাপন কৰি দুটা কাৰ্যকালৰ দায়িত্ব পালন কৰে । পৰৱতী সমিতিত জিতেন শইকীয়াক সভাপতি, সদানন্দ চুতিয়াক উপসভাপতি, সীমান্ত চুতিয়াক শম্পাদক আৰু সঞ্জীৱ উপাধ্যয় পত্রিকা সম্পাদক হিচাবে লৈ  সমিটি গঠন কৰা হয়। এই সমিতিৰ সম্পাদকৰ বিশেষ অসুবিধা জনিত কাৰণত সহঃ সম্পাদক নিকুঞ্জ দত্তক ভাৰপ্ৰাপ্ত সম্পাদকৰ দ্বায়িত্ব অৰ্পন কৰা হয়। এই শাখাৰ উলেখ্য যোগ্য সাফল্য হ’ল শাখাৰ পত্রিকা ‘ললাবাৰী সৈাৰভ’ মুখপত্ৰই অসমৰ ভিতৰতে মুখপত্ৰ প্ৰতিযোগিতাত ৩য় স্থান লাভ কৰি শাখালৈ গৈাৰৱ কঢ়িয়াই আনে আৰু বৰ্তমানলৈ ধৰাবাহিক ভাৱে এই মুখপত্ৰ প্ৰকাশ হৈ আছে।

*******************************************

শাখাৰ নাম ঃ  শিমলুগুৰি

ঠিকনা                    ঃ শিমলুগুৰি, মৌজা-ধলপুৰ

প্ৰতিস্থাৰ তাৰিখ ঃ ০৭-০৫-১৯৮৫                                    যোগাযোগ নম্বৰ      ঃ ৯৩৬৫১৬৮৮০৬       ই-মেইল ঃ bitopang488@gmail.com

সভাপতি নাম (প্ৰতিস্থা সময়ৰ) ঃ জগত শৰ্মা                    সম্পাদকৰ নাম (প্ৰতিস্থা সময়ৰ) ঃ ডম্বৰ ৰিজাল

সভাপতিৰ নাম (বৰ্তমানৰ) ঃ বিতোপন গগৈ (স্নাতকোত্তৰ..অসমীয়া)    সম্পাদকৰ নাম (বৰ্তমানৰ) ঃ দীপক ইছলাৰী

অজীৱন সদস্যৰ সংখ্যা ঃ ৪৩গৰাকী

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ  বিহপুৰীয়া অধিৱেশনৰ {১৯৮৫}প্ৰস্তুতিৰ সময়ৰ পৰা গণ্যমান্য ব্যক্তিসকলৰ বদান্যতাৰ ফলশ্ৰুতিতেই গঠিত শিমলুগুৰি শাখা সাহিত্য সভা

অতিৰিক্ত তথ্য (যদি থাকে) ঃ     বৰ্তমান ৰাজগড়,ৰঙতি আদি পঞ্চায়তৰ সাহিত্য অনুৰাগীৰ সহায়ত স্বৰ্ণ শাখাৰ লক্ষ্যৰে কাম আগবঢ়াই নিয়া হৈছে..

*******************************************

শাখাৰ নাম ঃ পূৰ্বাঞ্চল শাখা সাহিত্য সভা

ঠিকনা                    ঃ ঘাৰমৰা, লক্ষীমপুৰ -৭৮৭০৩২

প্ৰতিস্থাৰ তাৰিখ ঃ ০৪-০২-১৯৯২                                           যোগাযোগ নম্বৰ ঃ ৭০০২৩১৮৫৫১      ই-মেইল ঃ bchazarika12345@gmail.com

সভাপতি নাম (প্ৰতিস্থা সময়ৰ) ঃ প্ৰয়াত তোষেশ্বৰ দত্ত            সম্পাদকৰ নাম (প্ৰতিস্থা সময়ৰ) ঃ শ্ৰীযুত মৃণাল কুমাৰ ফুকন

সভাপতিৰ নাম (বৰ্তমানৰ)       ঃ  বাবুল চন্দ্ৰ হাজৰিকা              সম্পাদকৰ নাম (বৰ্তমানৰ) ঃ দিব্যজ্যোতি দাস

অজীৱন সদস্যৰ সংখ্যা ঃ ৭০জন

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ উত্তৰ লখিমপুৰ চমুৱা গাঁৱৰ লখিমপুৰ পুথিভঁৰাল ও চেতনা সংঘত অসম সাহিত্য সভাৰ অনুমোদন অনুযায়ী লখিমপুৰ জিলা সাহিত্য সভাৰ অনুমোদন ক্ৰমে পূৰ্বাঞ্চলৰ গণ্য-মান্য ব্যক্তিসকলৰদ্বাৰা এখন ৰাজহুৱা সভাত পূৰ্বাঞ্চল শাখা সাহিত্য সভা নামৰ এটা শাখা ২২/০৪/১৯৯২ তাৰিখে অসম সাহিত্য সভাৰ নিয়মাৱলী অনুসৰি জন্ম দিয়া হয়। এই শাখাৰ প্ৰথম সভাপতি আছিল প্ৰয়াত তোষেশ্বৰ দত্ত আৰু সম্পাদক আছিল মৃণাল কুমাৰ ফুকন।

*******************************************

শাখাৰ নাম   ঃ   সূৰুযমুখী শাখা সাহিত্য সভা

ঠিকনা ঃ   জাপিসজীয়া, উত্তৰ লক্ষীমপুৰ

প্ৰতিস্থাৰ তাৰিখ ঃ   ২৫-১১-১৯৮৪                                             যোগাযোগ নম্বৰঃ     ৮৬৩৮৪৫৪৪৬৪,৮৭২৩৮৩৮৯২৭

ই-মেইল ঃ  

সভাপতিৰ নাম (প্ৰতিস্থা) ঃ  প্ৰয়াত ভৱ হাজৰিকা                        সম্পাদকৰ নাম (প্ৰতিস্থা)ঃ   প্ৰয়াত ৰমেন শইকীয়া

সভাপতিৰ নাম (বৰ্তমানৰ) ঃ মোহন কুমাৰ দাস                         সম্পাদকৰ নাম(বৰ্তমানৰ)ঃ  দেৱ প্ৰতিম বৰা

অজীৱন সদস্যৰ সংখ্যাঃ ৪৪

শাখাৰ জন্ম বৃত্তান্ত (সংক্ষিপ্ত) ঃ  ঃ১৯৮৪ চনত লখিমপুৰ জিলা সাহিত্য পৰিষদৰ আহ্বাহন ক্ৰমে জাপিসজীয়া, বৰগোঁহাই গাও, সনাতন গাঁও, চিৰিংৰ চুক,তেলীয়া গাঁও, মাজুলীয়াল এই বিস্তৃত আঞ্চলৰ গণ্য-মান্য ব্যক্তিসকলৰদ্বাৰা এখন ৰাজহুৱা সভাত সূৰুযমুখী শাখা সাহিত্য সভা নামৰ এটা শাখা ২৫-১১-১৯৮৪ তাৰিখে অসম সাহিত্য সভাৰ নিয়মাৱলী অনুসৰি জন্ম দিয়া হয়। এই শাখাৰ প্ৰথম সভাপতি আছিল প্ৰয়াত ভৱ হাজৰিকা আৰু সম্পাদক আছিল প্ৰয়াত ৰমেন শইকীয়া। জন্ম লাভৰ পিছতেই অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেষনত অংশ গ্ৰহণ কৰে।

অতিৰিক্ত তথ্য (যদি থাকে) ঃ  ১৯৮৭ বৰ্ষত অসম সাহিত্য সভাৰ কবি সন্মিলনখনি জাপিসজিয়াত বিস্তৃত কায্যসূচীৰে অনুষ্ঠিত কৰা হয়। ২০১২ চনত অসম সাহিত্য সভাৰ প্ৰথম কুঁহি অনুষ্ঠানটি এই শাখাৰ আতিথ্যত জাপিসজিয়া বৰগোঁহাই গাওঁৰ প্ৰথমিক বিদ্যালয় প্ৰংগনত প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি ইমৰান চাহে শুভ উদ্বোধন কৰে।  

bottom of page